Download Now Banner

This browser does not support the video element.

হোজাই: ৰাইকাটা ইছলামপুৰত নিশা বন্যহস্তীয়ে উপদ্ৰৱ চলাই ৭ টাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে

Hojai, Hojai | Aug 27, 2025
হোজাইত অব্যাহত আছে হাতী মানুহৰ সংঘাত।খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ বন্যহস্তীৰ।নিশা হোজাই ৰাইকাটা ইছলামপুৰত বন্যহস্তীয়ে উপদ্ৰৱ চলাই ভাঙি লণ্ডভণ্ড কৰে ৭টাকৈ বাসগৃহ।ঘটনা সন্দৰ্ভত বুধবাৰে দিনৰ ৯বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগীৰ।ইফালে বন্যহস্তী দুটাই তামোল গছ, নাৰিকল গছ, খেতি পথাৰ বিনষ্ট কৰাৰ উপৰিও ধান খাই তহিলং কৰে।বন্যহস্তীৰ উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে গাঁওবাসী।
Read More News
T & CPrivacy PolicyContact Us