Download Now Banner

This browser does not support the video element.

বৰপেটা: চিতোলীৰ দক্ষিণ জনীয়া ওৰিয়েণ্টেল হাইস্কুলত চলি অহা দূর্নীতি তদন্ত আৰু শাস্তিৰ দাবীত প্ৰেছ ক্লাবত সংবাদ মেল

Barpeta, Barpeta | Aug 1, 2025
চিতোলী দক্ষিণ জনীয়া ওৰিয়েণ্টেল হাইস্কুলত বিগত বহু বছৰ ধৰি সংঘটিত হৈ অহা অবাধ দূর্নীতি, অনিয়ম আৰু নীতিবিৰোধী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিস্ফোৰক অভিযোগ শুক্ৰবাৰে স্থানীয় ৰাইজে এক সংবাদ মেলত সংবোধন কৰি উচ্চ পর্যায়ৰ তদন্ত আৰু দোষীসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে । সংবাদ মেলত উল্লেখ কৰা অনুসৰি, ২০০৮ চনত বিদ্যালয়খনৰ প্রধান শিক্ষক মজিবৰ ৰহমানে অনৈতিকভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পাদন কৰি লক্ষাধিক টকাৰ বিনিময়ত ৪ জন শিক্ষক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us