Download Now Banner

This browser does not support the video element.

নগাঁও: দাবী ধমকিৰে উচ্ছেদ বন্ধ কৰিব নোৱাৰে, বৃহস্পতিবাৰে ছামগুৰিত এই মন্তব্য আগবঢ়াই বিধায়ক জিতু গোস্বামীয়ে

Nagaon, Nagaon | Aug 21, 2025
দাবী ধমকিৰে উচ্ছেদ বন্ধ কৰিব নোৱাৰে, বৃহস্পতিবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত ছামগুৰিত এই মন্তব্য আগবঢ়াই বিধায়ক জিতু গোস্বামীয়ে।বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক গোস্বামীয়ে কয় উচ্ছেদ কাৰো ধমকিত বা বাধাত বন্ধ নহয়।আগতে বহু চৰকাৰ আছিল বে-দখল দেখিও ভোট বেংকৰ অংকত চকু মুদা কুলিৰ ভাও ধৰি আছিল। উচ্ছেদৰ প্ৰসংগত বিধায়ক জিতু গোস্বামীৰ এনেদৰেই মন্তব্য আগবঢ়ায় ।
Read More News
T & CPrivacy PolicyContact Us