This browser does not support the video element.
বিজনী ভাগ: চিৰাং জিলাৰ তৃনামূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনৰ পদত্যাগ বিজনীত জনালে সংবাদ মাধ্যমক
Bijni Part, Chirang | Aug 13, 2025
চিৰাং জিলাৰ তৃনমূল কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ,প্ৰায় ২০ বছৰ সাংবাদিকতাৰ বৃত্তিৰ লগত জড়িত থাকি ২০২২ চনত আনুষ্ঠানিক ভাবে চিৰাং জিলাৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি হিচাবে দায়িত্ব ভাৰ গ্ৰহন কৰি চিৰাং জিলাৰ এক শক্তিশালি বিৰোধি দলৰ ভূমিকা পালন কৰিছিল অনিৰ্বাণ সেনে,সমাজৰ বিভিন্ন সৰু-বৰ ব্যক্তিৰ সৈতে এক মধুৰ সম্পৰ্ক বজাই ৰাখি দলীয় কাম কাজ সুচাৰু ভাবে চলাই গৈছিল সেনে,বৰ্তমান সময়ত অসম তৃণমূল কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীৰ দালাল ৰাজৰ বাবে ক্ষুব্ধ হৈ পদত্যাগ কৰে।