Download Now Banner

This browser does not support the video element.

ডুমডুমা: খোবাং গাঁও পঞ্চায়তত টিপুক এৰাবাৰী নামঘৰভাগৰ আধাৰশিলা স্থাপন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই

Doom Dooma, Tinsukia | Sep 7, 2025
দেওবাৰে বিয়লি প্ৰায় ৩ বজাত খোবাং গাঁও পঞ্চায়তৰ অন্তৰ্গত টিপুক এৰাবাৰী নামঘৰভাগৰ আন্তঃগাঁথনি উন্নয়নৰ অৰ্থে আধাৰশিলা স্থাপন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই । সনাতন সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ নামঘৰ আৰু উপাসনাস্থলীসমূহৰ আন্তঃগাঁথনিৰ বিকাশ আৰু সংবৰ্ধনৰ বাবে 'অসম দৰ্শন' আঁচনিৰ অধীনত ৩ লাখ টকা ব্যয়েৰে সৰ্বাংগসুন্দৰ ৰূপত নামঘৰভাগ নিৰ্মাণ কৰা হ’ব। উক্ত ক্ষণত বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে কেইবাগৰাকী দলীয় কাৰ্যকৰ্তা ।
Read More News
T & CPrivacy PolicyContact Us