Download Now Banner

This browser does not support the video element.

সোণাৰি: জিলাত অবৈধ চুলাই মদৰ ঘাটি বন্ধ কৰিবলৈ জিলা প্ৰশাসনক সোণাৰিত দাবী জনালে আটছাৰ জিলা সভাপতিয়ে

Sonari, Charaideo | Jun 14, 2025
চৰাইদেউ জিলাৰ বাগিচা অঞ্চলত অবৈধভাৱে চুলাই মদ উৎপাদন আৰু বিক্ৰী কৰা ঘাটিসমূহ তৎক্ষণাৎ বন্ধ কৰিবলৈ জিলা প্ৰশাসনক আজি সোণাৰিত দাবী জনালে আটছাৰ চৰাইদেউ জিলা সমিতিয়ে। সমিতিৰ সভাপতি মানৱ বাক্তিয়ে অবৈধ মদৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। আটছাৰ সভাপতি গৰাকীয়ে কয়, "বাগিচা অঞ্চলত অবৈধ মদৰ ঘাটিয়ে সমাজত নৈৰাজ্য, মাদকাসক্তি আৰু অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি কৰিছে। ইয়াৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা ল’ব লাগে।" তেওঁলোকে চুলাই মদৰ ঘাটি বন্ধ কৰাৰ
Read More News
T & CPrivacy PolicyContact Us