Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত জিলা আবৰ্ত ভৱনত ধুবুৰীৰ সাংসদ উপস্থিত হোৱাত জিলা এন এছ ইউ আই ৰ উষ্ম আদৰণি

Mankachar, South Salmara-Mankachar | Aug 28, 2025
বৃহস্পতিবাৰে দিনৰ ১ বজাত হাটশিঙিমাৰীত ধুবূৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন উপস্থিত হোৱাত দক্ষিণ শালমাৰা মানকাচৰ জিলা এন এছ ইউ আই দলে উষ্ম আদৰণি জনায়। উল্লেখ্য যে আজি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ পৰা নদী পথেৰে আহি হাটশিঙিমাৰীত উপস্থিত হয়। সাংসদ গৰাকীয়ে জিলা এন এছ ইউ আই ৰ কৰ্মুকৰ্তা সকলৰ সৈতে মত বিনিময় কৰি চেল্ফি উঠা দেখিবলৈ পোৱা যায়।
Read More News
T & CPrivacy PolicyContact Us