This browser does not support the video element.
মৰিগাঁও: জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে জিলাখনৰ কাৰাগাৰ পৰিদৰ্শন কৰে
Marigaon, Morigaon | Aug 27, 2025
মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে জিলাখনৰ কাৰাগাৰ পৰিদৰ্শন কৰে। তেখেতৰ সৈতে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।পৰিদৰ্শনৰ সময়ত আয়ুক্ত গৰাকীয়ে কাৰাগাৰৰ কৰ্তৃপক্ষ আৰু কয়দীসকলৰ সৈতে কথা পাতে।