Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: চান্দমাৰীত প্ৰজা জনজাতিৰ সাংস্কৃতিক ন-খোৱা পৰৱ অনুষ্ঠিত ,ডিব্ৰুগড়, লখিমপুৰ আদিৰ সাংস্কৃতিকপ্ৰেমী ৰাইজৰ অংশগ্ৰহণ

Tinsukia, Tinsukia | Sep 7, 2025
সদৌ অসম প্ৰজা সমাজ, তিনিচুকীয়া জিলা অন্তৰ্গত বৰগুৰি গুইজান গতং বাৰেকুৰি কৰদৈগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত তথা সযুহ চান্দমাৰী ৰাইজৰ সহযোগত চান্দমাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত দ্বিতীয় বাৰ্ষিক প্ৰজা জনজাতিৰ সাংস্কৃতিক ন-খোৱা পৰৱ আজি দেওবাৰে অনুষ্ঠিত কৰে। অনুষ্ঠানত প্ৰজা জনজাতিৰ খাদ্যাভাস, লোক-সংস্কৃতি, পিন্ধন-উৰণ, চিকাৰ সঁ‌জুলি আদি নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us