Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: মাদানীৰ দৰে কোনো ব্যক্তিয়ে আমাৰ ভূমিক ইছলামিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোনো দেখিব নোৱাৰে মনহাত এই মন্তব্য মন্ত্ৰীৰ
Marigaon, Morigaon | Aug 31, 2025
যেতিয়ালৈকে ড° হিমন্ত বিশ্ব শৰ্মা অসমক নেতৃত্ব দিব, তেতিয়ালৈকে আৰ্শ্বাদ মাদানীৰ দৰে কোনো ব্যক্তিয়ে আমাৰ ভূমিক ইছলামিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোনো দেখিব নোৱাৰে।আমাৰ দেহত শেষ উশাহ থকালৈ অসমৰ পৰিচয়, সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত জাগ্ৰত প্ৰহৰীৰূপে থিয় দি থাকিম এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!