Download Now Banner

This browser does not support the video element.

পূব যোৰহাট: বঙালপুখুৰীৰ বাসগৃহত নিজেই ৰোৱা এজোপা পাইন গছ সাৱতি জুবিন দায়ে পাতিছিল কথা,কেইমাহ মান পূৰ্বে পাইন গছ জোপা মৰি গৈছিল

Jorhat East, Jorhat | Sep 20, 2025
বঙালপুখুৰীৰ বাসগৃহত এজোপা পাইন গছ সাৱতি জুবিন দায়ে পাতিছিল কথা । কেইমাহ মান পূৰ্বে পাইন গছ জোপা মৰি গৈছিল । আৰু শুকুৰবাৰে মৰমৰ পাইন জোপাৰ দৰে হেৰাই গল জুবিন দা । এই পাইন জোপা সন্তানত কৈও অধিক হেঁপাহেৰে লালন পালন কৰিছিল জুবিন গাৰ্গে । যোৰহাট এৰি যোৱাৰ পাছতো পাইন জোপা চাবলৈ যেতিয়াই মন যায় তেতিয়াই আহিছিল জুবিন দা ।
Read More News
T & CPrivacy PolicyContact Us