Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈত পাৱৈ যুৱ সংঘৰ উদ্যোগত কৰম উৎসৱৰ লগত সংগতি ৰাখি পুৱা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ শুভ উদ্ধোধন বিধায়ক সুৰেন ফুকনৰ
Margherita, Tinsukia | Sep 2, 2025
ডিগবৈ পাৱৈ যুৱ সংঘৰ উদ্যোগত কৰম উৎসৱৰ লগত সংগতি ৰাখি মঙ্গলবাৰে পুৱা প্রায় ৬ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিগবৈ চহৰৰ পৰা পাৱৈ লৈকে অনুষ্ঠিত প্ৰতিযোগিতাখন উদ্বোধন কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে। প্ৰতিযোগিতাখনত যোৰহাট, গোলাঘাট, মৰিগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে গোলাঘাটৰ টিকেশ্বৰ কুৰ্মী। দ্বিতীয়স্থান স্থান লাভ কৰে মৰিগাঁওৰ সীমান্ত বৰদলৈয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!