Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: চৈয়দা হামিদৰ বক্তব্য‌ই জোকাৰিছে সমগ্ৰ ৰাজ্য, শিৱসাগৰত বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া

Sibsagar, Sivasagar | Aug 25, 2025
চৈয়দা হামিদৰ বক্তব্য‌ই জোকাৰিছে সমগ্ৰ ৰাজ্য শিৱসাগৰত বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া । বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰিছিল চৈয়দা হামিদে । ইয়াৰ পাছতে শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থা, জাতীয় সংগ্ৰামী সেনাকে আদি কৰি বিভিন্ন দল সংগঠনে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। ইয়াৰোপৰি জাতীয় সংগ্ৰামী সেনাই উজনি অসমত সাংসদ অজিত কুমাৰ ভূঞাকো নিষিদ্ধ ঘোষণা কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us