This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও মহাবিদ্যালয়ত নবাগত আদৰণি সভাৰ মাজতে প্ৰচণ্ড মাৰপিতৰ ঘটনা, অন্য শিক্ষানুষ্ঠানৰ ছাত্ৰৰ প্ৰহাৰত আহত এজন
Marigaon, Morigaon | Sep 11, 2025
মৰিগাঁও মহাবিদ্যালয়ত নবাগত আদৰণি সভাৰ মাজতে প্ৰচণ্ড মাৰপিত। একাংশ অন্য কলেজৰ উদন্ড ছাত্ৰই গুৰুলা গুৰুল কৈ পিটিলে ৰাহুল হীৰা নামৰ মৰিগাঁও মহাবিদ্যালয় ৰ এজন ছাত্ৰক। তাৰপিছতে আন একাংশই আক্ৰন্মনকাৰীক দিলে উত্তম মাধ্যম। মূৰত আঘাত পোৱা ছাত্ৰ জনক লৈ অহা হৈছে মৰিগাঁও অসামৰিক চিকিৎসালয় লৈ। মৰিগাঁওৰ অন্য শিক্ষানুষ্ঠানৰ তিনি ছাত্ৰই হকী ষ্টিক লৈ এই গুণ্ডামি কৰাৰ অভিযোগ। আৰক্ষীয়ে আটক কৰিছে দুজন ছাত্ৰক।