Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জিলা কবি সন্মিলনৰ নৱম প্ৰতিষ্ঠা দিৱসটি দিন যোৰা কাৰ্যসূচীৰে নিপুণ ডেকা স্মৃতি সদনত অনুষ্ঠিত

Marigaon, Morigaon | Sep 13, 2025
সদৌ অসম কবি সন্মিলনৰ অন্যতম মৰিগাঁও জিলা কবি সন্মিলনৰ নৱম প্ৰতিষ্ঠা দিৱসটি দিন যোৰা কাৰ্যসূচীৰে নিপুণ ডেকা স্মৃতি সদনত অনুষ্ঠিত কৰে। সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি পথাৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে জিতুমণি বৰদলৈৰ সহিতে অৱন্তি কুমাৰ বৰাই।
Read More News
T & CPrivacy PolicyContact Us