Download Now Banner

This browser does not support the video element.

গোলাঘাট: গোলাঘাট পৌৰ সভাৰ ৭ নং ৱাৰ্ডত নৱ নিৰ্মিত পাৰ্কিং আস্থানৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ

Golaghat, Golaghat | Sep 10, 2025
বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত গোলাঘাট পৌৰ সভাৰ ৭ নং ৱাৰ্ডত নৱ নিৰ্মিত পাৰ্কিং আস্থানৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ।এই পাৰ্কিং আস্থানৰ নিৰ্মাণৰ জৰিয়তে নগৰবাসীয়ে যাতায়ত আৰু যান-জটৰ সমস্যাৰ পৰা মুক্তি পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী অজন্তা নেওগে। আধুনিক সুবিধাসম্পন্ন এই আস্থানটো গোলাঘাট নগৰৰ বাণিজ্যিক ক্ষেত্র আৰু নাগৰিকৰ সুবিধা বৃদ্ধি কৰিবলৈ এক প্ৰয়োজনীয় পদক্ষেপ বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে l
Read More News
T & CPrivacy PolicyContact Us