Download Now Banner

This browser does not support the video element.

টিয়ক: ছিংগাপুৰৰ অসম এছ'ছিয়েচনৰ সম্পাদক দেৱজিত হাজৰিকাই SIT ক সহায় কৰাটো বিচাৰে পৰিয়ালে , টীয়কত প্ৰতিক্ৰিয়া ভাতৃৰ

Teok, Jorhat | Oct 6, 2025
ছিংগাপুৰৰ অসম এছ'ছিয়েচনৰ সম্পাদক দেৱজিত হাজৰিকাই SIT ক সহায় কৰাটো বিচাৰে পৰিয়ালে , টীয়কত প্ৰতিক্ৰিয়া । ৰাজ্যত বহুলভাৱে চৰ্চিত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে । সকলোৱে বিচাৰিছে প্ৰকৃত সত্য উদ্ঘাটন হওঁক । এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা ছিংগাপুৰৰ অসম এছ'ছিয়েচনৰ সম্পাদক দেৱজিৎ হাজৰিকাৰ ঘৰ টীয়কত ।
Read More News
T & CPrivacy PolicyContact Us