This browser does not support the video element.
বালিজানা: বৰদামাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত পাঠদান কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুং য়ে
Balijana, Goalpara | Sep 10, 2025
বৰদামাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ৰূপত পাঠদান কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুং য়ে। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি জিলাখনৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান বৰদামাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পদার্পন কৰি বিদ্যালয় খনৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে বিদ্যালয়ত কিছু সময় পাঠদান কৰি ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ।গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙক বিদ্যালয় পৰিচালনা কমিটিৰ সভানেত্ৰী মনোৰমা ৰাভাই ৰাভা জাতীয় পাজাৰেৰে আদৰণি জনায়।