Download Now Banner

This browser does not support the video element.

মৰিগাঁও: লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত লাওভূৰুঙা আৰু ধূপগুৰি দুখন বিদ্যালয় আকস্মিক পৰিদৰ্শন কৰে জিলা আয়ুক্ত অনামিকা তেৱাৰিয়ে

Marigaon, Morigaon | Sep 2, 2025
আজি মৰিগাঁও জিলা আয়ুক্ত আনামিকা তেৱাৰীয়ে আকস্মিকভাৱে লাওভূৰুঙা বালিকা প্ৰাথমিক বিদ্যালয় আৰু ধূপগুৰি মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্ত গৰাকীয়ে বিদ্যালয় দুখনৰ শৈক্ষিক পৰিৱেশ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, মধ্যাহ্ণ ভোজন, শিক্ষক-কৰ্মচাৰীসকলৰ উপস্থিতি আৰু অধ্যয়ন প্ৰক্ৰিয়া খুঁটিনাটি মাৰি পৰ্যালোচনা কৰে। এই পৰিদৰ্শনৰ সময়ত সহকাৰী আয়ুক্ত কংকন জ্যোতি শইকীয়াও জিলা আয়ুক্তৰ লগত উপস্থিত থাকে। জিলা আয়ুক্তই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পাতি তেওঁলোকৰ পাঠচর্চাৰ প্
Read More News
T & CPrivacy PolicyContact Us