Download Now Banner

This browser does not support the video element.

শদিয়া: শদিয়াত শদিয়াৰ ঐক্যবদ্ধ আহোম সমাজৰ উদ্যোগত জনজাতিকৰণৰ দাবীৰে এক বৃহৎ জোঁৰ সমদল

Sadiya, Tinsukia | Sep 27, 2025
শনিবাৰে নিশা প্ৰায় ৮ বজাত শদিয়াৰ ঐক্যবদ্ধ আহোম সমাজৰ উদ্যোগত জনজাতিকৰণৰ দাবীৰে এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।। শদিয়াৰ লাচিত উদ্যানৰ পৰা এই সমদল শদিয়া চহৰৰ মাজেৰে বাহিৰ কৰে।প্ৰায় দহ হাজাৰৰো অধিক আহোম ৰাইজে এই প্ৰতিবাদত অংশ লয়।টাই আহোম জাগিছে,we want st,জনজাতিকৰণ লাগিবই ইত্যাদি শ্লো গানেৰে আকাশ বতাহ কঁপাই তোলে ।
Read More News
T & CPrivacy PolicyContact Us