This browser does not support the video element.
নগাঁও: ধিঙৰ ডুমডুমীয়া বালিসত্ৰৰ চৰকাৰী ভূমিত নচলিল প্ৰশাসনৰ বুলড'জাৰ, বেদখলকাৰীয়ে নিজে চৰকাৰী ভূমি কৰিলে খালি
Nagaon, Nagaon | Aug 27, 2025
ধিঙৰ ডুমডুমীয়া বালিসত্ৰৰ চৰকাৰী ভূমিত নচলিল প্ৰশাসনৰ বুলড'জাৰ।বেদখলকাৰীয়ে নিজে চৰকাৰী ভূমি খালি কৰাত উচ্ছেদৰ বাবে অহা আৰক্ষী গ'ল উভতি।নগাঁও, হোজাই, কাৰ্বিআংলং আৰু গোলাঘাটৰ পৰা ৪১৩ গৰাকী আৰক্ষী জোৱান উপস্থিত হৈছিল উচ্ছেদৰ বাবে ।আনহাতে ১৮ ছেপ্টেম্বৰত ধিঙৰ ছটাকৈ স্হানত চলিব বৃহৎ উচ্ছেদ অভিযান । এই স্হান সমূহ হ'ল বটাবাৰী, আহোম গাঁও, ৰৌমাৰী বিল,ৰজাবাৰী গ্ৰাণ্ট আৰ