Download Now Banner

This browser does not support the video element.

বোকাখাত: নুমলীগড়ত এক হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰা জব্দ আবকাৰী বিভাগৰ

Bokakhat, Golaghat | Sep 10, 2025
নুমলীগড়ত এক হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰা জব্দ আবকাৰী বিভাগৰ l বুধবাৰে বিয়লি প্ৰায় ৫ বজাত গোলাঘাট জিলাৰ আবকাৰী বিভাগৰ বোকাখাতৰ দলটোৱে সমজিলাখনৰ উত্তৰ মহুৰা গাওঁ, নুমলীগড় তিনিআলি আদি অঞ্চলত চলোৱা অবৈধ সুৰা বিৰোধী তালাচী অভিযানত এক হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰা জব্দ কৰে l স্থানীয় একাংশ লোকৰ অভিযোগৰ ভিত্তিত আজি আবকাৰী বিভাগৰ দল তোৱে অভিযান চলাই জব্দ কৰে সুৰা খিনি।জব্দা কৃত সামগ্ৰী সমূহ উক্ত স্থানতেই নষ্ট কৰে আবকাৰী বিভাগৰ দল তোৱে।
Read More News
T & CPrivacy PolicyContact Us