Download Now Banner

This browser does not support the video element.

গোৰেশ্বৰ ভাগ: শুক্লাইত কৃষিজ্ঞান কেন্দ্ৰ মুকলি কৰে বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে

Goreswar Part, Baksa | Jul 28, 2025
সোমবাৰে দিনৰ ৩ মান বজাত তামুলপুৰ জিলাৰ তথা বিটিআৰৰ শুক্লাই ছেৰফাঙ পৰিষদীয় সমষ্টিৰ শুক্লাইত কৃষিজ্ঞান কেন্দ্ৰ মুকলি কৰে বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰীয়ে।উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলাৰ অতিৰিক্ত আয়ুক্ত দিপাঙ্কৰ নাথ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইডকে ধৰি বহু কেই গৰাকী কৃষি বিষয়া।এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ বহু কৃষকেও অংশ গ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us