This browser does not support the video element.
শদিয়া: শদিয়া অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন বিধায়ক বলীন চেতিয়াৰ
Sadiya, Tinsukia | Sep 10, 2025
বুধবাৰে বিয়লি প্ৰায় ৩ বজাত শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই শদিয়া অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰি প্ৰতিটো বিভাগৰে ব্যৱস্থাৱলীৰ সন্দৰ্ভত সামগ্ৰিকভাৱে বুজ লয় ৷ বিধায়ক গৰাকীয়ে চিকিৎসালয় খন পৰিদৰ্শন কৰি ৰাইজৰ সুবিধাৰ্থে অসামৰিক চিকিৎসালয়খনত অভিজ্ঞ চকু চিকিৎসকৰ উপস্থিতিত সাপ্তাহিক চকু চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলি কয় ।