Download Now Banner

This browser does not support the video element.

মৰিগাঁও: সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাগৃহত আনুষ্ঠানিকভাৱে মৰিগাঁও জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন

Marigaon, Morigaon | Sep 5, 2025
সমগ্ৰ ভাৰতৰ লগতে অসমৰ মৰিগাঁও জিলাতো জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰিছে ।সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাগৃহত আনুষ্ঠানিকভাৱে মৰিগাঁও জিলা শিক্ষা বিভাগৰ তৰফৰপৰা ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰিছে । ১২জনকৈ কৃতি শিক্ষকক বঁটা প্ৰদান কৰে ।
Read More News
T & CPrivacy PolicyContact Us