Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত কেন্দ্ৰীয় কৰম সন্মিলনৰ বাৰেৰহনীয়া শোভাযাত্ৰা বাহিৰ , সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

Tinsukia, Tinsukia | Sep 6, 2025
তিনিচুকীয়া চহৰত শনিবাৰে দুপৰীয়া প্রায় ১২ বজাত কেন্দ্ৰীয় কৰম সন্মিলনৰ বাৰেৰহনীয়া শোভাযাত্ৰা বাহিৰ কৰা হয় । শোভাযাত্ৰাত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানৰ লগতে তিনিচুকীয়াৰ সকলো জাতি জনগোষ্ঠীৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কেন্দ্ৰীয় কৰম সন্মিলনৰ যোৱাকালি খুব শান্তিপূৰ্ণ ভাৱে আখড়া অনুষ্ঠান হৈ যোৱাৰ পাছতে আজি দ্বিতীয় দিনৰ বিশেষ কাৰ্যসূচী বাৰেৰহনীয়া শোভাযাত্ৰা বাহিৰ কৰা হৈছে ।
Read More News
T & CPrivacy PolicyContact Us