This browser does not support the video element.
হোজাই: আৰক্ষীয়ে বিষ্ণুপল্লীৰ পৰা ২৬ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ আটক এটা সৰবৰাহকাৰী
Hojai, Hojai | Aug 26, 2025
হোজাই আৰক্ষীৰ অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰী।মঙ্গলবাৰে দিনৰ ২.৩০বজাত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোক শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত প্ৰেৰণ কৰে।উল্লেখ্য যোৱাকালি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বিষ্ণুপল্লীত চলাইছিল অভিযান।অভিযানত ধৃত সৰবৰাহকাৰীটোৰ পৰা ২৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰে।জব্দকৃত ড্ৰাগছ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩০হেজাৰ টকা।ঘটনা সন্ধৰ্ভত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আজি শ্ৰীমন