Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: গোৰমবজাৰত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত , উপস্থিত চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়

Bijni Part, Chirang | Sep 5, 2025
আজিৰ এই সভাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ আলোচনা কৰা হয় ,আজিৰ এই সভাত চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বিজেপিৰ চিৰাং জিলাৰ প্ৰভাৰী নৱ কুমাৰ বৈশ্য মানাস ছেৰফাং পৰিষদীয়‌ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুবাস বসুমতাৰী, প্ৰাক্তন পাৰিষদ অতিন হাজং, যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি ধৰম বসুমতাৰী সহ বিজেপিৰ বিভিন্ন বিষয় ববিয়া সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us