Download Now Banner

This browser does not support the video element.

নগাঁও: কামপুৰত বিদ্যুৎপৃষ্ঠ হৈ এজন যুৱকৰ মৃত্যু, সোমবাৰে পুৱা প্ৰায় ৯ বজাত জানিবলৈ পৰিয়ালৰ লোকে দিয়ে

Nagaon, Nagaon | Aug 4, 2025
কামপুৰৰ মুগাচুঙিয়া গাঁৱত অঘটন। চি এচ চি চেণ্টাৰত কাম কৰি থাকোতে শ্বট চাৰ্কিট হৈ মৃত্যু এজন যুৱকৰ । যুৱকজনৰ নাম নয়নজ্যোতি লস্কৰ। যুৱকজনক ততাতৈয়াকৈ কামপুৰ স্বাস্থ্যকেন্দ্ৰত লৈ যায় যদিও চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে। নগাঁৱত চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱক জনক । মেধাৱী যুৱক জনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে বৃহত্তৰ অঞ্চলজুৰি
Read More News
T & CPrivacy PolicyContact Us