Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: তদন্ত শেষ হোৱাৰ পিছতহে দোষী কোন ওলাব, তাৰ পূৰ্বে কাকো দোষাৰোপ কৰিব নালাগে,জিএমচিএইচত কণিষ্ঠ চিকিৎসক সংস্থাৰ প্ৰতিক্ৰিয়া
Guwahati, Kamrup Metropolitan | Aug 22, 2025
শুকুৰবাৰে জিএমচিএইচত কণিষ্ঠ চিকিৎসক সংস্থাই নৱজাতক মৃত্যুৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদমাধ্যম,ছচিয়েল মেডিয়াত দেখা কথাবোৰে আমাৰ মনোবল নিম্ন কৰিছে। তদন্ত শেষ হোৱাৰ পিছতহে দোষী কোন ওলাব, তাৰ পূৰ্বে কাকো দোষাৰোপ কৰিব নালাগে। আৰক্ষী আৰু তদন্ত সমিতিয়ে নিজৰ কাম কৰি আছে। আমাৰ সহযোগিতা আছে তদন্তৰ ক্ষেত্ৰত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!