Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ডিগবৈ-দুলীয়াজান সংযোগী পথ অৱৰোধ কৰি শীঘ্ৰে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

Margherita, Tinsukia | Sep 1, 2025
সোমবাৰে দুপৰীয়া প্রায় ১বজাত ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ডিগবৈ- দুলীয়াজান সংযোগী পথটো অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । যোৱা দুটা বছৰ ধৰি ডিগবৈ- দুলীয়াজান সংযোগী জৰাজীৰ্ণ হৈ থকা পথটো শীঘ্ৰেই নিৰ্মানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী । পথটো জৰাজীৰ্ণ হৈ থকাত ছাত্ৰ ছাত্ৰী ৰ লগতে সাধাৰণ পথচাৰীসকলৰো বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে যদিও কোনো কাণসাৰ নিদিয়াত মহাবিদ্যালয় আৰু গোটৰ নেতৃত্বত এনেদৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।
Read More News
T & CPrivacy PolicyContact Us