This browser does not support the video element.
টিহু ভাগ: টিহু পৌৰসভাত স্বাস্থ্য শিবিৰৰ আয়োজন,ভাৰত চৰকাৰৰ অভিলাষী পদক্ষেপ স্বচ্ছতা হি সেৱা ২০২৫ৰ লগত সংগতি ৰাখি আয়োজন কৰে
Tihu Part, Nalbari | Sep 24, 2025
টিহু পৌৰসভাত স্বাস্থ্য শিবিৰৰ আয়োজন। ভাৰত চৰকাৰৰ অভিলাষী পদক্ষেপ স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্বচ্ছতা হি সেৱা ২০২৫ৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই শিবিৰ। বুধবাৰে বিয়লি প্ৰায় ৫.৩০ বজালৈকে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত টিহু পৌৰ ব’ৰ্ডৰ উদ্যোগত ছাফাই কৰ্মচাৰীসকলক স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। পৰিৱেশ নিকা কৰি ৰখাৰ ক্ষেত্ৰত সদায় ব্ৰতী হৈ থকা এইসকল লোকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে টিহু পৌৰসভাই লোৱা এই পদক্ষেপে তেওঁলোকৰ বাবে যথেষ্ট সহায়ক হোৱা পৰিলক্ষিত হয়।