Download Now Banner

This browser does not support the video element.

লংকা: পশ্চিম লামডিং গাওঁ পঞ্চায়তৰ উদ্যোগত লামডিংৰ বিভিন্ন পঞ্চায়ত এলেকাত পাচঁ দিনীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন

Lanka, Hojai | Aug 22, 2025
পশ্চিম লামডিং গাওঁ পঞ্চায়তৰ উদ্যোগত লামডিংৰ বিভিন্ন পঞ্চায়ত এলেকাত পাচঁ দিনীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন৷উক্ত শিবিৰৰ আজি অন্তিম দিন।শুক্ৰবাৰে দিনৰ ৩বজাত সামৰণি পৰে এই শিবিৰৰ।উল্লেখযোগ্য এই শিবিৰত প্রাথমিক চকুৰ পৰীক্ষা,দৰৱ আৰু চকুৰ ছানি অস্ত্রোপচাৰ কৰাৰ ব্যবস্থা কৰা হয়।এই চকু চিকিৎসা শিবিৰত নগাঁৱৰ E.RC Eye Careৰ বিশিষ্ট চকু চিকিৎসক উপস্থিত থাকে।উক্ত চকু চিকিৎসা শিবিৰত তিনি শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হয়।৷
Read More News
T & CPrivacy PolicyContact Us