Download Now Banner

This browser does not support the video element.

নাহৰকটীয়া: চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অংশগ্ৰহণ কৰিলে বিধায়ক তৰংগ গগৈয়ে

Naharkatiya, Dibrugarh | Sep 6, 2025
নাহৰকটীয়া আৰক্ষী থানাৰ নাগৰিক সমিতিৰ উদ্যোগত, গাঁ‌ওৰক্ষী বাহিনী আৰু আঞ্চলিক ৰাইজৰ সহযোগত আজি চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যুৱক-যুৱতী আৰু অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত হ'ল “ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা‌।‌ সভাত অংশগ্ৰহন কৰিলে বিধায়ক তৰংগ গগৈয়ে
Read More News
T & CPrivacy PolicyContact Us