Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: অজন্তা বাইপাছৰ সমীপত হিট এণ্ড ৰাণৰ ঘটনা , অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত এগৰাকী মহিলা

Jorhat West, Jorhat | Sep 7, 2025
অজন্তা বাইপাছৰ সমীপত হিট এণ্ড ৰাণৰ ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত এগৰাকী মহিলা । যোৰহাটৰ অজন্তা বাইপাছৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা । পথৰ কাষেৰে খোজকাঢ়ি যোৱা এগৰাকী মহিলাক মহতিয়াই নিয়ে অচিনাক্ত বাহনে । ইয়াৰ পাছতেই বাহন খন পলায়ন কৰে। মহিলা গৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰে JMCH ত।
Read More News
T & CPrivacy PolicyContact Us