Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: UPPL দলৰ কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম নাম ঘোষণাৰ পিছত কাজলগাঁৱত আদৰনী দলীয় কাৰ্য কৰ্তাৰ

India | Aug 22, 2025
ইউপিপিএল দলে ১৮ জনীয়া প্ৰথমটো প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছত আজি ইউপিপিএল দলে প্ৰাৰ্থী সকলক আদৰণী জনাবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে,চিৰাঙৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী চন্দন‌ ব্ৰহ্মক বাইক ৰেলীৰে আদৰনী জনায় ,প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে ২০০৭ চনত হাগ্ৰামাৰ টাডা গোচৰৰ জামিন মই লৈ দিছিলোঁ বুলি কয় চন্দন ব্ৰহ্মই ।
Read More News
T & CPrivacy PolicyContact Us