Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: চিদলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ আক্ৰাছুৰ

India | Sep 11, 2025
ধুবুৰী জিলাৰ গোলকগঞ্জৰ ঘটনাৰ বিৰুদ্ধে চিৰাঙৰ চিদলীত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ,যোৱাকালি জনজাতীকৰণৰ দাবীত গোলকগঞ্জত আক্ৰাছুয়ে জোৰ সমদল উলিয়াইছিল উক্ত জোৰ সমদলত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিল আৰু আহত হৈছিল আক্ৰাছুৰ কেইবাজনো নেতা কৰ্মী,তাৰ বিৰুদ্ধে আজি চিৰাং জিলাৰ চিদলীত আক্ৰাছুয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে,হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,অসম চৰকাৰ হায় হায়,অসম পুলিচ হায় হায় আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Read More News
T & CPrivacy PolicyContact Us