Download Now Banner

This browser does not support the video element.

হোজাই: ভীমৰ আলীত সংঘটিত হয় মাৰপিটৰ ঘটনা,মাৰপিটত গুৰুতৰভাৱে আহত এজন

Hojai, Hojai | Sep 1, 2025
হোজাই ভীমৰ আলীত সোমবাৰে নিশা প্ৰায়১০বজাত সংঘটিত হয় মাৰপিটৰ ঘটনা।মাৰপিটত গুৰুতৰভাৱে আহত এজন।উল্লেখ্য ভুক্তভোগীয়ে হোজাইত ডঃ দেখুৱাই ঘৰত যোৱাৰ সময়ত সংঘটিত হয় এই মাৰপিটৰ ঘটনা।চাৰিচকীয়া বাহনৰ চালকজনে বাহনৰ লাইট ওপৰত দি গৈ থকাৰ বাবেই মাৰপিট কৰাৰ অভিযোগ।ঘটনা সন্ধৰ্ভত ভুক্তভোগীয়ে হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
Read More News
T & CPrivacy PolicyContact Us