Download Now Banner

This browser does not support the video element.

চেঙা: বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত চেঙাত অনুষ্ঠিত সাংবাদিক কৰ্মশালাৰ সামৰণি

Chenga, Barpeta | Aug 24, 2025
সদৌ অসম সাংবাদিক সন্থাৰ অধীনৰ বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু পূব বৰপেটা সাংবাদিক সন্থাৰ সহযোগত ৰবিবাৰে চেঙাত এদিনীয়া বিশেষ সাংবাদিক কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। সাংবাদিক কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শক ভায়োলেট বৰুৱা আৰু চামতাস্থিত কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ সঞ্জীৱ কুমাৰ গোস্বমীয়ে ৷
Read More News
T & CPrivacy PolicyContact Us