Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ববিশ্রুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন
Dhubri Part, Dhubri | Sep 8, 2025
অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে, আজি বিশ্ববিশ্রুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ বছৰ জোৰা জন্ম-শতবার্ষিকী উদ্যাপন কৰাৰ লগতে, ধুবুৰী জিলা প্ৰশাসনে, ধুবুৰীৰ গোলাপ উদ্যানত সুধাকণ্ঠ দেৱৰ জন্ম-শতবার্ষিকী উদ্যাপন কৰে। ঠিক সেই অনুপাতে, সুধাকণ্ঠ দেৱৰ জন্ম-শতবার্ষিকী উদ্যাপন কৰাৰ বাবে পিছ পৰি থকা নাই চৰকাৰী,বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সমূহ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!