This browser does not support the video element.
বিজনী ভাগ: বিজনীত EX -ARMY SWEET HOME ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ চীফ প্ৰমোদ বড়োয়ে
Bijni Part, Chirang | Aug 12, 2025
বিটিআৰ পৰিষদীয় চৰকাৰৰ পুঁজিৰ পৰা ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া EX -ARMY SWEET HOME ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ চীফ প্ৰমোদ বড়োয়ে,তদুপলক্ষে আয়োজিত সভাত বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ উপৰিও কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী, বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ চন্দ্ৰ ছেত্ৰী, বিটিআৰৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী, বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়ো উপস্থিত থাকে।