Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: বৰপেটাৰোডত হাতে হাতে মমবাতি লৈ মৌন সমদলেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

India | Sep 23, 2025
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম ৷ অসমৰ প্ৰতিটো প্ৰান্ততে মৰমৰ শিল্পী গৰাকীলৈ সকলোৱে জনাইছে শ্ৰদ্ধাঞ্জলি ৷ শুক্ৰবাৰে দেহাবসান ঘটা শিল্পী গৰাকীৰ মঙ্গলবাৰে শেষকৃত্য সম্পন্ন হয়। মঙলবাৰে বৰপেটাৰোডত হাতে হাতে মমবাতি লৈ মৌন সমদলেৰে স্থানীয় ৰাইজে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷
Read More News
T & CPrivacy PolicyContact Us