Download Now Banner

This browser does not support the video element.

মাটিয়া: দলগোমাৰ জুবিনৰ অনুৰাগী মানস দাসৰ আত্মহত্যা ঘটনা সন্দৰ্ভত মাটিয়াত প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতিৰ মন্তব্য

Matia, Goalpara | Sep 23, 2025
দলগোমাৰ জুবিন গাৰ্গৰ মৃত্যু সহ্য কৰিব নোৱাৰি মানস দাসৰ আত্মহত্যা ঘটনা সন্দৰ্ভত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাকেশ চক্ৰৱৰ্তীৰ মন্তব্য। তেওঁ কয় যে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোক স্তব্ধ হৈ পৰিছে। সকলোৱে শোকত ম্ৰিয়মান হৈ পৰিছে। ইয়াৰ মাজতে আবেগিক হৈ মানস দাস নামৰ যুৱক এজনে নিশা ডিঙিত চীপজৰী লৈ চৰম সিদ্ধান্ত লয় মানস দাসে। সেয়ে তেওঁ ৰাজ্যবাসীলৈ আহ্বান জনায় যে কোনেও এনে চৰম সিদ্ধান্ত লব নালাগে।
Read More News
T & CPrivacy PolicyContact Us