Download Now Banner

This browser does not support the video element.

চেঙা: তাৰাবাৰী আৰক্ষীয়ে ছাটাগাঁৱত অভিযান চলায় সন্দেহযুক্ত হেৰ'ইনসহ গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়ী

Chenga, Barpeta | Aug 26, 2025
বৰপেটা জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। তাৰাবাৰী আৰক্ষীয়ে সন্দেহযুক্ত হেৰ'ইনসহ এটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীটো ছাটাগাঁৱৰ ৰাহুল আমিন । গোপন খবৰৰ ভিত্তিত ছাটাগাঁৱৰ ৰাহুল আমিন নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত আৰক্ষীয়ে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান। অভিযানকালত ৰাহুল আমিনৰ ঘৰৰ পৰা প্ৰায় ১১ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন আৰক্ষীয়ে জব্দ কৰে ।
Read More News
T & CPrivacy PolicyContact Us