Download Now Banner

This browser does not support the video element.

মানকাচৰ: মানকাচৰৰ মিঞাপাৰাত থকা চিলড্ৰেনছ পাৰ দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা সন্দৰ্ভত মানকাচৰৰ বিশিষ্ট সমাজসেৱকৰ প্ৰতিক্ৰিয়া

Mankachar, South Salmara-Mankachar | Sep 9, 2025
মঙ্গলবাৰে নিশা আনুমানিক ৯ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ মিঞাপাৰাত থকা চিলড্ৰেনছ পাৰ্ক দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা সন্দৰ্ভত মানকাচৰৰ বিশিষ্ট সমাজসেৱকৰ আনিচুৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বাবে সৰু সৰু ল'ৰা ছোৱালীবোৰে খেলাধূলাৰ পৰা বঞ্চিত হৈ আছে। যাৰবাবে অনতিপলমে পাৰ্কখন খুলি দিয়াৰ আহ্বান।
Read More News
T & CPrivacy PolicyContact Us