Download Now Banner

This browser does not support the video element.

বইটামাৰী: তিনিচুকীয়া পৰা আৰম্ভ হোৱা বিস্তীৰ্ণ পাৰৰে শদিয়াপৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা শীৰ্ষক জাহাজ যাত্ৰা যোগীঘোপাত উপস্থিত

Boitamari, Bongaigaon | Sep 18, 2025
ভাৰতৰত্ন সুধাকণ্ঠৰ ড° ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে শদিয়াৰ পৰা ধুবুৰীলৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা কৰা অত্যাধুনিক জাহাজ বৃহস্পতিবাৰ যোগীঘোপাত প্ৰৱেশ কৰিলে । সুধাকণ্ঠৰ ১০০ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে নদীৰ মাজেৰে গীত পৰিৱেশন কৰি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ দ্বাৰা মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা  জনাইছে ।
Read More News
T & CPrivacy PolicyContact Us