Download Now Banner

This browser does not support the video element.

দুধনৈ: ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়,উক্ত এনকাউন্টাৰত চাৰিজন দূধৰ্ষ ডকাইত নিহত হয় ধূপধৰা থা

Dudhnai, Goalpara | Sep 28, 2025
ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। উক্ত এনকাউন্টাৰত চাৰিজন দূধৰ্ষ ডকাইত নিহত হয়। ধূপধৰা থানাৰ অন্তৰ্গত ঘিলাডুবীত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা ।বাহন খনৰ পঞ্জীয়ন নম্বৰ AS 02 AE 2633 নম্বৰৰ ট্ৰিবাৰ বাহনত আছিল ডকাইত কেইজন । আৰক্ষীৰে হোৱা প্ৰচণ্ড গুলীয়াগুলীত থিতাতে নিহত ডকাইত কেইটা।  বাহন খনত চাৰিটা পিষ্টল উদ্ধাৰ হোৱা বুলি জানিব  পৰা গৈছে ।গোৱালপাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ঘটনাস্থলীত উপস্থিত হৈ নিহত ব্যক্তি সকলক ধূপধৰাৰ বিকালী চিকিৎসালয়লৈ লৈ যায়।
Read More News
T & CPrivacy PolicyContact Us