Download Now Banner

This browser does not support the video element.

মানকাচৰ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত হাটশিঙিমাৰীত কা'ৰ আওতাৰ পৰা অসমক আঁতৰাই ৰখাৰ দাবীত জিলা ছাত্ৰ সন্থাৰ ১১ ঘণ্টীয়া অনশন

Mankachar, South Salmara-Mankachar | Sep 4, 2025
বৃহস্পতিবাৰে দিনৰ ১২ বজাত জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজ্জাক সেখে ১১ ঘন্টীয়া অনশন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ উদ্দ্যগত হাটশিঙিমাৰীত ১১ ঘন্টীয়া অনশনত বহিল জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলে ।
Read More News
T & CPrivacy PolicyContact Us