Download Now Banner

This browser does not support the video element.

চামগুৰি: 'চামগুৰিত আমি জিকিম বুলি দৃঢ় বিশ্বাসী', চামগুৰিত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ মন্তব্য

Samaguri, Nagaon | Nov 23, 2024
চামগুৰিত জয়ী হব বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা, শনিবাৰে পুৱা প্রায় ৯ মান বজাত বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ মন্তব্য সংবাদ মাধ্যমত। ইফালে ২৪০০ টা ভোটত বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা আগবাঢ়ি থকাৰ বাবে অধিক আশাবাদী প্ৰাৰ্থী গৰাকী। লগতে চামগুৰিৰ ৰাইজক প্ৰাৰ্থী গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us