This browser does not support the video element.
মৰিগাঁও: জাৰবাৰীত আঞ্চলিক ট্ৰাইবেল সংঘই টিৰাপ ট্ৰাইবেল বেল্টক লৈ জোৰ সমদল বাহিৰ কৰে
Marigaon, Morigaon | Sep 8, 2025
অসম চৰকাৰে আহোম, মটক, মৰাণ, চুতীয়া, গোৰ্খা, কোচ-ৰাজবংশী, চাহ জনগোষ্ঠী তথা আদিবাসী সম্প্ৰদায়ক নতুনকৈ সংৰক্ষিত শ্ৰেণী হিচাপে টিৰাপ ট্ৰাইবেল বেল্টত অন্তৰ্ভুক্ত জাননী কোনো কাৰ্যকৰী সম্পন্ন নোহোৱাত আজি মৰিগাঁও এজাৰবাৰীত উক্ত জাননী খনৰ বিৰোধিতা কৰি এটি জোৰ সমদল বাহিৰ কৰে। লগতে জাননীৰ প্ৰতিলিপি দাহ কৰি দাবী বহু কেইটা দাবীৰে এই প্ৰতিবাদ সাৱস্ত কৰে।